Important Updates

IMG 20231010 WA0051IMG 20231010 WA0058IMG 20231010 WA0060IMG 20231010 WA0107IMG 20231010 WA0124IMG 20231011 WA0005IMG 20231011 WA0012IMG 20231011 WA0013IMG 20231011 WA0014IMG 20231011 WA0015IMG 20231011 WA0017IMG 20231011 WA0018

আজি নন্দনাথ শইকিয়া মহাবিদ্যালয়ত শিক্ষাতত্ব বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস। অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰঞ্জল বুঢ়াগোঁহাই চাৰ। চাৰৰ লগতে অনুষ্ঠানত উপস্থিত হয় বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড° বিশাখা দেৱী দাস বাইদেউ। মহাবিদ্যালয়ৰ প্ৰায় ৬৫০ ছাত্ৰ ছাত্ৰীয়ে বক্তৃতা অনুস্থান খনত অংশ গ্ৰহন কৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষা বাইদেউৰ লগতে মঞ্চত আসন গ্ৰহন কৰে মহাবিদ্যালয়ৰ IQAC Co-ordinator জয় প্ৰকাশ ওজা চাৰ আৰু Academic Vice Principal, Science Stream ড° ৰাজনীশ শইকীয়া ছাৰে। সমল ব্যক্তি ছাৰৰ সাৱলীল আৰু জীৱনত সফলতা লাভৰ বাবে প্ৰয়োজনীয় বক্তৃতাৰ অন্তত এক অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়।মহাবিদ্যালয়ৰ প্ৰায় সংখ্যক শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিৰে অনুষ্ঠান খন আৰু অধিক সাফল্য মণ্ডিত কৰি তোলে। বক্তৃতা অনুষ্ঠানত উপস্থিত হয় বিভাগৰ প্ৰাক্তন ছাত্ৰ মনোজ আৰু প্ৰাক্তন ছাত্ৰী তৃষ্ণা।
 
Nanda Nath Saikia College
Dhodar Ali, Titabar-785630,
Assam, India
 
Tel: +91 (3771) 248446
Email:  nnscollege@gmail.com
Get in touch
 
Visiting NNSC

Connect with us

Don't have an account yet? Register Now!

Sign in to your account