426196462 7047433198669733 3416690021385237202 n426934906 2033194413732518 3148305997545240922 n427021964 2033195170399109 742526113970408956 n427027843 2033193390399287 3336641324128161317 n427438368 7047437085336011 8868676085435565638 n427560600 7047431082003278 1757006310543408566 n427655920 7047429105336809 5423004684936953487 n427892317 7047439018669151 6216297372128737822 n427897383 7047435818669471 2330045123691089525 n427899898 7047440288669024 1097117628978757574 n427979560 7047434582002928 3898652531718039425 n428023277 2033194090399217 9187432165768823292 n

ষষ্ঠ ষান্মাসিকৰ ছাত্র ছাত্রীসকলক লৈ তেওঁলোকক আধ্যাত্মিক শিক্ষাৰে সমৃদ্ধ কৰি তুলিবৰ বাবে আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ তথা সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ স্থল মাজুলীলৈ শিক্ষাতত্ব বিভাগৰ ফালৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে লৈ যোৱা হৈছিল। সমগ্ৰ বিশ্বত নিজৰ এক সুকীয়া পৰিচয় বহন কৰি অহা সত্ৰ নগৰী মাজুলী হৈছে আমাৰ গৌৰৱ। দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাই শিক্ষাৰ্থীসকলক আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ বহুখিনি জ্ঞান দিলে। শিক্ষাৰ্থী সকলে এই ভ্ৰমণত দক্ষিনপাট সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আৰু চামগুৰি সত্ৰ দৰ্শনৰ সুবিধা লাভ কৰিলে।
 
Nanda Nath Saikia College
Dhodar Ali, Titabar-785630,
Assam, India
 
Tel: +91 (3771) 248446
Email:  nnscollege@gmail.com
Get in touch
 
Visiting NNSC

Connect with us

Don't have an account yet? Register Now!

Sign in to your account